কম খৰচী/ Affordable
ইটাৰ ৱালতকৈ ৩৫% পৰা ৪০% কম খৰচী
35% to 40% less expensive compared to conventional brick wall, making it an ideal choice for affordable wall solutions.
সহজ স্থানান্তৰণ/ Easy Relocation
প্ৰিকাস্ট ৱাল প্ৰয়োজন হলে স্থানান্তৰ কৰিব পাৰি
Precast concrete walls can be relocated when required, offering flexibility in your construction services.
কম সময়/ Less time
প্ৰিকাস্ত ৱাল যিহেতু ফেক্তৰিত নিৰ্মাণ কৰি ইনষ্টল কৰা হয়, সাধাৰণ ইটাৰ ৱালতকৈ ৭০% কম সময় লাগে
Precast wall panels are manufactured in the factory, therefore it takes 70% less time to install compared to conventional brick wall, streamlining your construction process.
পৰিবহণ আৰু স্থাপনা/ Home delivery & Installation
গ্ৰাহকৰ ঘৰলৈ পৰিবহণ আৰু মিস্ত্ৰীয়ে লগাই দিয়া আমাৰ দায়িত্ব
Home delivery & installation by experts is our responsibility, ensuring you receive top-notch service with our affordable wall solutions.
৩০ দিনৰ সহজ ৰিটাৰ্ণ পলিছি / 30 days Easy Return policy
যদি কিবা কাৰণত আপুনি আমাৰ প্ৰদাক্তৰ কোৱালিতি বা দাম সম্পৰ্কে অসন্তুষ্ট, ইনষ্টল কৰাৰ ৩০ দিনৰ ভিতৰত আমাক যোগাযোগ কৰক। আমি আপোনাৰ ৱাল খুলি আনিম আৰু মেটেৰিয়েলৰ ১০০% পইছা ঘূৰাই দিয়া হ'ব
For any reason, if you are not satisfied with our product quality or rate; get in touch with us within 30 days of installation. We will un-install the wall, take it back & will refund 100% of material cost.
মন কৰিব: বহু ঠাইত ইউটিউবত চাই ঘৰুৱা পদ্ধতিত 'ওলোটা কৰি দিয়া ফৰ্মা' ব্যৱহাৰ কৰি প্ৰিকাষ্ট ৱাল বনোৱা হয়। কোৱালিটি বা দাম তুলনা কৰাৰ আগতে এই সম্পৰ্কে জানি ল'ব
Attention: In many places you may find similar wall panels made using conventional mould & domestic 'Palti Forma' technique by watching YouTube videos. Before comparing rate & quality, kindly cross-check this.